গলিবলৈ ধৰিছে সোণৰ অসম
শংকৰ আজানে
শংকৰ আজানে
গঢ়া সোণৰ অসম আজি আৰু নাই
জাতি, মাটি আৰু ভেটি
এতিয়া বিক্ৰী হব'লেহে বাকি ৰাজনৈতিক,অৰ্থনৈতিক,সামাজিক,প্ৰাকৃতিকদুযোগেৰে
জৰ্জৰিত অসমখন,
প্ৰতি বছৰে আহে বান,
আৰু অসমী আইক কৰে থানবান
এই সমস্যাৰ মাজতে অসমীয়াৰ এটাই আশা আকৌ সুধাকণ্ঠৰ সুৰৰ সেতুৰে বান্ধিব লুইতৰ দুয়োপাৰ ৰসৰাজ,জ্যোতি ,বিষ্ণুৰ আদৰ্শৰে অসমীয়া
ডেকাই ৰাখিব আই অসমীৰ মান।
ডেকাই ৰাখিব আই অসমীৰ মান।
No comments:
Post a Comment